মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

কাৰ্য্যাৱলী:

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ক্ৰীড়াৰ আন্তঃগাঠনি, আন্তঃগাঠনি পৰিচালনা, খেলপথাৰৰ উন্নয়ন, খেল আৰু শাৰিৰীক শিক্ষাৰ বাবে মানৱ সম্পদ সৃষ্টিআদিৰ উপৰিও যুৱ কল্যাণ আচঁনিৰ অধীনত যুৱকসকলৰ সৰ্বতোপকাৰে উন্নতি সাধন কৰা।

ক্ৰীড়াৰ লগত জড়িত বেচৰকাৰী সংস্থাসমূহক বিত্তীয় তথা কাৰিকৰী সমৰ্থন দিয়াই হ’ ল মূল দায়িত্ব আৰু কাৰ্য।

উদ্দেশ্য:

  • ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ খেলুৱৈ সৃষ্টি কৰা।
  • খেলক জীৱনৰ পথ হিচাপে তুলি ধৰা।
  • ক্ৰীড়া আৰু যোগৰ দ্বাৰা অসমৰ মানুহলৈ সুস্বাস্থ্য ঘূৰাই অনা।