মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ

লক্ষ্য আৰু অভিযান

অসমৰ জনসাধাৰণৰ লগতে উঠি অহা ছাত্ৰ-ছাত্ৰীৰ শৰীৰ, মন আৰু স্বাস্থ্যৰ সকলো ধৰণৰ বিকাশেই হৈছে এই বিভাগৰ মূল অভিযান

ইয়াৰোপৰি বিভাগে ক্ৰীড়াৰ লগত জড়িত ব্যক্তিসকলক সকলো ধৰণৰ আন্তঃগাঠনি প্ৰদান কৰি তেওঁলোকৰ সকলো ধৰণৰ বিকল্প সাধন কৰি অসমক আগুৱাই নিয়াত প্ৰতিজ্ঞাবদ্ধ।