মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ

যুৱ হোষ্টেল

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ইয়াৰ সঞ্চালকালয়ৰ জৰিয়তে পল্টন বজাৰস্থিত প্ৰায় ৮০ জন মানুহ থাকিব পৰা এটা যুৱ হোষ্টেলৰ পৰিচালনা কৰি আহিছে।