মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ

খেলৰ সামগ্ৰীৰ বাবে অনুমোদন লাভ কৰক

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাজ্যৰ ভিতৰৰ ক্ৰীড় সংঘ/যুৱ সংঘ/সংগঠনক খেলৰ সামগ্ৰী ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে প্ৰদান কৰে। সবিশেষ জানিবৰ বাবে ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ ৱেব পৰ্টেল চাওঁক।