মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ

বিত্তীয় সাহাৰ্যৰ বাবে অনুমোদন লাভ কৰক

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিভিন্ন একক খেলুৱৈ, যুৱ সংঘক অসম ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে বিত্তীয় সাহাৰ্য বাবে অনুমোদন জনায়। সবিশেষ জানিবৰ বাবে ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ ৱেব পৰ্টেল চাওঁক।