মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ

ক্ৰীড়া অকাডেমী খুলিবৰ বাবে অনুমোদন লাভ কৰক

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে অসম ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে ব্যক্তিগতভাৱে ক্ৰীড়া অকাডেমী খুলিবৰ বাবে অনুমোদন জনায়। সবিশেষ জানিবৰ বাবে ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ ৱেব পৰ্টেল চাওঁক।