মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ

আন্তঃগাঁঠনি

বিভাগে ইনডোৰ আৰু আউটডোৰ ষ্টেডিয়ামৰ লগতে জল ক্ৰীড়াৰ সুবিধা সৈতে সকলোবিলাকৰ ক্ৰীড়া আন্তঃগাঠনি পৰিচালনা কৰে। ষ্টেডিয়ামবোৰ অসম ক্ৰীড়া প্ৰাধিকৰণ আৰু অসম ক্ৰীড়া বোৰ্ডে চোৱা-চিতা কৰে।

তাৰোপৰি ষ্টেডিয়ামবোৰৰ আন্তঃগাঠনি চোৱা-চিতাৰ উপৰিও লক্ষীমপুৰ, ডিব্ৰুগড় আৰু শুৱালকুছিৰ কলা ষ্টেডিয়ামৰ নিৰ্মাণৰ দায়িত্ব বিভাগে লৈছে।

অসমৰ ক্ৰীড়া- আন্তঃগাঠনিঃ

  • সৰুসজাইত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম
  • সৰুসজাইত ডঃ জাকিৰ হুছেইন জল ক্ৰীড়া প্ৰকল্প
  • সৰুসজাইত নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়াম
  • আমিনগাঁৱত ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়াম
  • আৰ.জি.বৰুৱা ক্ৰীড়া প্ৰকল্পত দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়াম
  • ভেটাপাৰাত মৌলানা মঃ তৈয়বুল্লা হকী ষ্টেডিয়াম
  • ৪ ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত গুৱাহাটী শ্বুটিং ৰেঞ্জ
  • মৰিগাঁৱত চাৰেণ বিল
Downloads
TitleSizeDetail
Infrastructure Details403.26 KBswf-image