মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ

বিত্তীয় সাহাৰ্য

জলপানিঃ

  • নিৰ্দেশাৱলী
  • প্ৰ-পত্ৰ

ক্ৰীড়া পেন্সন

নিৰ্বাচনপ্ৰক্ৰিয়া

  • বিগত বছৰৰ ক্ৰীড়া সংগঠক / খেলুৱৈলৈ ক্ৰীড়া পেন্সন প্ৰদান কৰা হয়।
  • বয়স ৬০ বছৰ অতিক্ৰম কৰিব লাগিব
  • দুই ধৰণেৰে এই পেন্সন সমূহ প্ৰদান কৰা হৈছে-

(১)  নিয়মীয়া ক্ৰীড়া পেন্সন(৪০ জন) ক প্ৰতিমাহে মাত্ৰ ৮,০০০/- টকাকৈ।

(২)  ৪০ জনক(প্ৰাক্তন অনুগ্ৰহ)প্ৰত্যেককে ৫০,০০০ টকাকৈ এককালীন সাহাৰ্য।

কেনেকৈ আবেদন কৰিব ?

  • নিৰ্দ্ধাৰিত প্ৰ-পত্ৰৰ সৈতে যাৱতীয় নথি, বেংক বিৱৰণ, শেহতীয়া পাছপৰ্ট আকাৰৰ ফটো গাঠি দিব লাগিব।
  • অধিক জানিবৰ বাবে বিভাগীয় জিলা ক্ৰীড়া কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব।

 

মঞ্জুৰীকৃত অনুদানঃ

এই অনুদান ব্যক্তি / সংঘ / বেচৰকাৰী সংস্থা / যুৱ সংঘ ইত্যাদিক প্ৰদান কৰা হয়।

ব্যক্তি

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লোৱা আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা খেলুৱৈ।

সংঘ

ৰাজ্যিক ক্ৰীড়া সংঘ যিবিলাক অসম অলিম্পিক সংস্থাৰ অধীনৰ সেইবিলাকক অসম চৰকাৰৰ দ্বাৰা মঞ্জুৰীকৃত অনুদান প্ৰদান কৰা হয়।

বেচৰকাৰী সংস্থা /যুৱ সংঘ/অন্যান্য

অসম চৰকাৰে মঞ্জুৰীকৃত অনুদান প্ৰদান কৰে-

  • ৰাজ্যিক পৰ্যায়ত উপদেষ্টা কমিটি (SLAC)
  • অসম ক্ৰীড়া প্ৰাধিকৰণ (SAA)
  • অসম ক্ৰীড়া বোৰ্ড (BSA)
  • ভাৰত স্কাউট আৰু গাইড (BSG)