বিভাগে ইনডোৰ আৰু আউটডোৰ ষ্টেডিয়ামৰ লগতে জল ক্ৰীড়াৰ সুবিধা সৈতে সকলোবিলাকৰ ক্ৰীড়া আন্তঃগাঠনি পৰিচালনা কৰে। ষ্টেডিয়ামবোৰ অসম ক্ৰীড়া প্ৰাধিকৰণ আৰু অসম ক্ৰীড়া বোৰ্ডে চোৱা-চিতা কৰে।
তাৰোপৰি ষ্টেডিয়ামবোৰৰ আন্তঃগাঠনি চোৱা-চিতাৰ উপৰিও লক্ষীমপুৰ, ডিব্ৰুগড় আৰু শুৱালকুছিৰ কলা ষ্টেডিয়ামৰ নিৰ্মাণৰ দায়িত্ব বিভাগে লৈছে।
অসমৰ ক্ৰীড়া- আন্তঃগাঠনিঃ
Title | Size | Detail |
---|---|---|
Infrastructure Details | 403.26 KB |